পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কে কথা আলোচি মনে হৰীকে। পৰ ভেটি ৰৈ ধৰি চাল বেশ॥২৬৯৯ পুহাই ৰজনী জানি না আসিলা। প্ৰথমে আসিয়া চণ্ডালক জগ পাইনা। কান্ধত মদ্যৰ ভাৰ শুকৰৰ কায়। দেখিলপ্ত নাৰদে চাণ্ডাল গোট যাই ২৭০০ মনত বোলন্ত কিনো অকাৰ্য কৰিলে। কালি সত্যবাক্য মই কি কাৰণে কৈলো। আক গুৰু নমানিলে সত্য মোৰ পৰে। গন্ধায় গাৱ আৰ ভেন ভেন কৰে॥২৭০১ নাকত আঙ্গুলি দিয়া আছে মনে গুণি। আৰু গুৰু লৈলে লোকে কি বুলিবে শুনি। এহি বুলি মহামুনি চিত্তক দঢ়াই। বোলে কেনমতে মোৰ সত্য ৰক্ষা যাই॥২৭০২ হৃদয়ত কৃষ্ণক কৰিলা মনে সাখী। মানিবোহোৰু মই আকে সত্য ৰাখি। হেন কথা মনত আলোচি মহাভাগ। হা হা বুলি গৈলা চলৰ আগ ২৭০ নহয় কতো আগ ভেটি মাতি খায়। মাতিক চাৰি জেৰ কৰিমোনাটায়। হাতোৰ কৰি পাচে মাতি লি। কতোবেলি বৰে চালে গহিল২৭