পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প শ। বঙ্গতি নাৰায়ণ কহে আমি। থিৰ কৰ্ণ কৰি আবে শুনা তাক তুমি। কপিৰ মাতৃ যিটো দেৱহুতি আই। ধেনুৰূপে জন্মিলন্ত কুসুমৰ ঠাই॥২৬৭৮ পৰলোকে গৈল মাতৃ শূন্য দশদিনে। নাই আন আৰ মোৰ বুঢ়ীআইত বিনে। যেনমতে আইল ব্ৰহ্মা নাৰদ গোসাই। এক চক্ষু বান্ধি মাথে হাত দিলে যাই ২৬৭৯ যেনমতে মৈৰা মৎস্য পশু ধৰিল। ভাত পাচে পণ্ড আৰৰ সৰ্পক তাবিলা। তাৰ হাড় ছিলিন্ত যোগক অভ্যাসি। যেনমতে সৰিল লৌহিত্যত আসি॥২৬০ কুকুৰৰ ছাই তাক বাসা সাজি থৈলা। কছাৰী মাৰ কথা ভাত পাচে কৈলা। গুৰ গৃহত যেনমতে পঢ়িল। ৰেণুকা মাতৃৰ পাচে কথা কহিলন্ত॥২৬৮১ তাত অনগুৰে কৈ চাও! ভঙ্গ কথা। হস্তী মহীষকে। আৰ মিলন্ত তথা। ৰচিলন্ত চিহ্নমাত্ৰা আনন্দিত মনে। নদীয়ানী সতী দেখাই তেঘুৱানী জানে॥২৬৮