পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত পাইলে যেতে আমি ৩ বাপ কহো তুমি | ভকতৰ বন্ধু কৃপাময় কিনা বিকা কৰি গৈলে সৎ বিলাতে বৈলো | নদীতীৰে আছছা দিয়া চই। পৰম মহন্ত এক। | পালো লাগ ব্ৰাহ্মণক নামত ভাস্কৰ মহাজন। তেহে সেহি ঘাটে আছে দেখিলেক মোক পাচে | জলে নামি কৰিলোহে স্নান। ২৬৫৩ দক্ষিক মুখ কৰি হাতে জলাঞ্জলি ধৰি | সূৰ্যক জপিলো মই যাই। ভাস্কৰে ৰামৰ পৰা বোলে কাক স্তুতি কৰা | হানিলন্ত মোৰ মুখ চাই। দেখা কলিকাল ভৈল কৰ্ম-ধৰ্ম্ম দূৰ গৈল | তন্ত্ৰ-মন্ত্ৰে নাই কাৰে গতি। অপ জপ তীৰ্থ 'ব্ৰত আছে অ'নো নানামত | তাক তুমি দেখিয়ে সম্প্ৰতি॥ ২৬৫৪ নেক শূদ্ৰ হেন জানি বুলিলন্ত মহামানী | কৰা হেন কেন ব্যৱহাৰ। ধৰ বদি মোৰ বাক এৰা আবে ই কৰ্মক হৰিনাম ধৰ্ম্ম মানে সাৰ। অযু গুণ নাম যত কহিলা সমস্ত মোত তনি বৰ আনন্দিত জৈলে।