পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ ৰলে মন কৰিলোহে দৃঢ় ধান তবিতে শৰণ মনে লৈলো।২৬৫৫ সবে কথা মোত কৈলা গাৰেশশ্চিমে গৈলা অগয়াথ দৰশন মনে। পৰিকৰ নমাই থৈলে। নাৱে চৰি ৰৰে গৈলে আৰোবাৰ আইলো তযু থানে। মানৱাত জন্মিলোহে ভযু আগে কহিলোহো থাকো আমি বৰনগৰত। আসিলোহে। আমি তথা ডিঙ্গা নগৰৰে কথা তাকে কহে তযু চৰণত। ২৬৫৬ একদিন মোৰ ঘৰে গৈলা মোক দয়াতৰে | এক জন মনুষ্য মত। নাছিলোহে আমি ঘৰে কহিল হাতযোৰে | খুৰী আই তাহান আগত। দেখিবাক ইচ্ছা যেবে বহিয়োক আজি তেবে এহি বুলি পীৰা দিলা আনি। আসনে বসিলা যাই দেখি তেতে খুৰী আই | ভৰি পখালিলা দিয়া পানী।২৬৫৭ বস্ত্ৰ-দ্ৰব্য কিনি লৈলো গধুলিকা আসি ভৈলে। | কৰি আতি হষিত মন। বলিলো আসনে যাই, কৈলা মোত খুৰী আই আসিয়া আছিল একজন।