পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰে বোলত তেবে ভকতৰ মালা কেনে কাঢ়ি লোৱা তুমি সময়। পাপীৰ বক খোৱ তোৰায়ে নামক নিজ | তোকে চুবক নবাগ। এহিমতে আন নানা বুলিয়া মেয়ে পুনৰপি বুলি ভয়॥২২৯০ সহস্ৰক নাম গীতা ভাগৱত তিনি ন শস্ত্ৰ বেবে খণ্ডিবাক পাৰ। কাঢ়ি লৈবে নলগিয় আপুনি মালাক তেৰে | নিষ্টে বোলা তেলিৰ আমাৰ। যেৰে তিনি খান শাস্ত্ৰ খণ্ডিবাক নপিৰাহ। তেবে মালা লোৱা কেনে সানি। শুনিয়া ব্ৰাহ্মণসব নমাতি ৰহিল আৰ শঙ্কৰদেৱৰ বাণী শুনি। ২২৯১ এহিতে কথা মাতে আহ শব তৈতে দেখাইলত ঈশ্বৰ শক্তি। শুনা সভাসদচয় | ফহে তাৰ বুঢ়ায় ভিতৰত চিৰ খাইবে প্ৰতি। জ্ঞাতি মিত্ৰ নাতি নিল দুই চৰু ধন খৰ দেখিয়া শঙ্কৰে বুলি। এক এক ঘন কীৰ নলৈ ঈশ্বৰে আনা আউৰ চৰু দুগ্ধক লৈলত। ২২৯২