সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুক-চৰিত এশ্চিত্ত নক- ৰিলে ৰুৰবাক পিৰয় কৰ্ম সমস্ত ২২৭৬ কি কৰিবাক নপাৰে কহিয়ো • তো সবে তিক। শুনিয়া কন্দলী মনত হৰিবে দিলন্ত পাচে উত্তৰ। অহাৰাত্ৰ উপ- বাস দিয়া যিটো প্ৰায়শ্চিত্ত কৰিবেক। পাচে পিতৃৰ্ম কৰিবে মনু। বচন আছে প্ৰত্যেক॥২২৭৭ পুনৰপি পাচে পুছিল। শঙ্কৰে কলীত ৰঙ্গমনে। প্ৰায়শ্চিত্ৰে আছে মান নয়ো কৰে কোন এক মুঢ় জনে। কৰ নামক কীৰ্ত্তন কৰিবে পাৰ কিবা নপিৰয়।। অকপট কৰি কহিবাহা গুৰু শাস্ত্ৰত যেন আছয়॥২২৭৮ শুনি ৰাকৰ | কলীৰ মনে পৰম হৰিষভৈলা। হৰিৰ নামৰ কীৰ্তন মহিমা কহিৰে এলে নাগিল