পৃষ্ঠা:গুৰুচৰিত.djvu/৫০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিয়ে শঙ্কৰ কৃষ্ণৰ নাৰ মহিমাৰ নাহি অত। জাতি বা অজাতি পৰম পাতকী নামে একো নবাছত ২২৯। পৰম পতিত | নামৰ কীন কৰে বদি অনিচ্ছা। যতে পাতক অহয় তাহাৰ দহয় নামে সাক্ষাত। ব্ৰাহ্মণক আদি চাণ্ডাল পৰ্যতে সমস্তৰে অধিকাৰ। কলিযুগে হৰি কীৰ্তন বিনায় ধৰ্ম নাহি নাহি আৰ২২৮ যত তীৰ্থ আছে | সমস্তে কয় | পটুয় আগম শাস্ত্ৰ। হৰি নাম বিনে মৃত্যু নতৰয় বেদে কহে পৰমাৰ্থ। সত্যযুগে ধ্যান | ত্ৰেতাযুগে যত দ্বাপৰত পুজা কৰে। কলিত কীৰ্তন | কৰি অনায়াসে পাপীয়ো সংসাৰ ৰে।২২৮১ এই কথা কহি | কললী হৰি নাতি যেবে আহত।