পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতি মই পতিতক | তাৰিয়োক প্ৰভু | কৰিয়া কৃপা বেকত। ২১৭৬ যেন সুখে দুখে মোৰ ইটো মুখে | নোেক তোমাৰ নাম। তেবেসে ইবাৰ। | নিস্তৰে সংসাৰ সবে বোলা ৰাম ৰাম। ২১৭৭ ব্ৰাহ্মণৰ কাৰণ্যক শুনিয়া শঙ্কৰ। মনত হৰিষে পাচে দিল উত্তৰ। শঙ্কৰ বদতি শুনা বি মহাশয়। জগন্নথ দয়া মোক সম্পূৰ্ণ আছয়। ২১৭৮ কৃপা কৰি তোমাক পঠাইলা মোৰ পাশে। তুমি হেন বিপ্ৰক লভিলে ভাগ্যবশে। কালি আৰম্ভিবা মহাগ্ৰন্থ ভাগৱত। গত পদ কৰি মই আহাহহ পূৰ্বত। ২১৭ তাত কৰি অৰ্থ কিবা বিলক্ষণ হয়। শুনিক মোৰ মহা আনন্দ আয়। এহি কহি মৌনে পাচে ৰহিলা শৰ। পৰম হৰি মন ভৈলা ব্ৰাহ্মণৰ। ২১৮ এত হতে ভক্তসব আসিয়া মিশিলা। দেৱগৃহে গণি মহা নাট আৰম্ভিলা।