পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ মাস আসি যেৰে নাপৰা পৰিল তেৰে | শঙ্কৰৰ ভাৰ্য্যা সূৰ্যৱতী। এৰিলেক ঘোৰ অৰে . গাৱ ধৰফৰ কৰে | ভৈলা দেখে কাৰ্য্য বিসতি॥১৭৫৭ অগনিৰ তাপ যেন পোৰ তৃণ কাঞ্চন | তেনমতে শৰীৰ হয়। দেখি মাৰ সূৰ্যৱতী কায় অমুক এতি | ধাৰাদণ্ডে সোতক বহয়। মোৰ মনু আই আবে ইমক লাগি পৰিচ্ছেদ দেখি এৰৰ তোক। হে প্ৰাণবন্তু স্বামী কৰা দয়া আবে তুমি চৰণে নেৰিবা আবে মোক। ১৭৫৮ দুড়ী ভাৰ্য্যাৰ কাৰুণ্য তনি শৰে আগবাঢ়ি চলি গৈলা। দেখি সুৰ্যৱতী | উঠিয়া সম্প্ৰতি , সণে পৰিয়া কৈলা। আপুনাৰ চুলি | মেলি গৈলা ধূলি মাখাত বান্ধি পায়।