পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শবে যোন্ত | নুবুলিবা এক | সিসব বাক্য আমাক। দিয়ো অনুমতি | যাইবোহে সম্প্ৰতি | তীৰ্থ ক্ষেত্ৰ দেখিবাক। কলী বেলন্ত শুনিয়ে শঙ্কৰ | বুঢ়া পাঞ্জি আমি চাইলো। এক গোটা বিঘ্নি তযু গৃহে হৈবো শাস্ত্ৰক বিচাৰি পাইলো। ১৭৫৫ শৱৰেয়ে বোলে | জঞ্জাল হাৰিয়া তেবেসে চলিবো আমি। কৰিলে। বিদায় থাকা এহি ঠাই | বাধা বুলিব তুমি যায়ে বাপু বুলি বিদায় কৰিয়া তা আগবঢ়াই থৈলা। গুত বিদায় | লইয়া শঙ্ক নিজ গৃহে চলি গৈলা॥ ১৭৫৬ | ছবি শুনিয়োক সভাসদ। | এৰিয়া আলাস ৰত শঙ্কৰে গৃহক যেৰে গৈলা। মধু উৎপত্তিৰ নয় মাস তৈলা যেবো না যেন অথত তৈলা।