পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এন ০ দূতক দেখিয়া সহৰে ৰঙ্গবন। বসিবাক লাগি পা দিল আদন বাশীষ পায় চণ্ডীবৰ আগে দিল। চালাম কৰিয়া চলা পাগুৰি পিলি ১১৭ চৰিত্ৰকাৰৰ প্ৰাৰ্থনা শুনা সৰ্বজন আক কৰি একমন। শঙ্কৰৰ বংশৰ ভৈলেক দেখা কেন। দৈৱ দোষ এৰাইৰাক দেৱে নপান্ত। লক্ষ্মণকে দেখা কালে কেন কৰিলন্ত ১১৮ সামান্য মনুষ্য কোনে এৰাইবন্ত তাক। খণ্ডিবাক পাৰে কোনে বিধি লিখি তাক জানিয়া বিষয় মুখ ভোগ সব তেজি। শ্ৰৱণ কীৰ্তন কৰা কৃষ্ণপাৱে ভজি॥১১৯ উত্তম বংশত জন্ম লভি মুখ তৈলো। কৃপালু গুৰুক পাই পাপ নিচিনিলো। সিংহৰ নাক শুনি ভুক কুকুৰ। এই পাতকীৰ এছু সেহি পটন্তৰ।১২০ ঘৰচিৰিকা পক্ষী থাকে গৃহস্থৰ ঘৰে। হংসৰ গমন সিটো মনে ইচ্ছা কৰে।