পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় ও - আমাৰ স্বামী এন্তে ঘৰে নাহিকয়। বহিনী আমাই আসি গৃহে মিলিলয়। ৰান্ধিলোহে। ভাত পাত কাটি তেওতা নাই। তাকে কাটিবাক কাচি দিলোহো পেহলাই। ১৭১৯ কাচি দেওতে মোৰ মুখ জমাই দেখিল। এহি পাপগুটি বাপ আমাৰ সিজিল। শঙ্কৰে বোল আত কিছু ছিদ্ৰ নাই। ক্ষমিলেহো ইটো পাপ পানী আনা যাই।১৭২• হেন শুনি দুনাই শঙ্কৰক সেৱা কৰি। লৰি গৈলা লৌহিত্যক হাতে পলো ধৰি। শঙ্কৰক স্মৰি অল ভৰিল পলোত। বাম হাতে ধৰিলন্ত পলোৰ তলত॥ ১৭২১ ওপৰক তুলি ধৰি শীঘ্ৰে গৈল লৈয়া। শৰৰ আগে ৰৈ পলো নমাই থৈয়া। বাহূ ভূঞা সমে সৰ্বলোকে আছে চাই। বিপ্ৰসকলৰ দেখি মুখে মাত নাই। ১৭২২ বোলত শঙ্কৰে খিক খিক বিগণ। বেশ্যাৰেহে হাতে তো সবে খাৱা অয়। অন্যকে দেখা কেন শাতী বিপৰীত। ৰাহ্মণৰৰ তে। হৰি কলিত। ১৭২৩ শৰে বোল অন ৰাষি সুৰী। এ শলো কি দিয় গলা ভৰি।