পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত শৰৰ আজ্ঞা নদীয়ালত কহিলা। পৰম কৌতুকে শুনি দুহাত আসিলা। ১৭১৩ শৰৰ জাগে নিয়া দুইকে। যোগাইল। পৃথিবীত পৰি দুয়ো প্ৰণাম কৰিলন্ত। শহুৰে বোল শুন নদীয়ালী তই। কেনমতে শাতী তই কহস বুজাই॥১৭১৪ ৰাধিকা বোল তোৰা চাহিয়ো প্ৰমাণ। যেহি লাগে পৰীক্ষা কৰিয়ো এহি থান। শৰে বোলত তোৰ চাহিবো প্ৰমাণ। নদী হতে এক পশলা এল ভৰি আনি। ১৭১৫ হেন শুনি ৰাধিকায়ে নমস্কাৰ কৰি। মহাৰত চলি গৈলা পলো হাতে ধৰি। ব্ৰহ্মপুত্ৰ নদী নাম দশিক মুখে। বাম হাতে মুখে ধৰি ভৰি সুখে। ১৭১৬ উপৰক হাতে তুলি কাজে দাঙ্গি লৈ। বৰ ৰ কৰি শৰৰ পাশে গৈল। কাৰ নমায় মাটি উপৰত খৈল। দেশে এ চাৰি যে আঙ্গুল মানে ৰৈল। ১৭১৭ শয়ৰে বোল না নদীয়াল। কই তাই এই পাপ কবিই কি। নমস্কাৰ কৰি বোৰ শুনিয়ে বাপ। কৰি আছে এই মহ৷ ৰ পাপ।১৭১৮