পৃষ্ঠা:গুৰুচৰিত.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় খণ্ড | কলা ইটো যত নালাগে। কড়ি লৈয়া দুয়োজন কৰি আমিন | ছাগলক আনি দিন আগে। ১৬৩১ শৱৰে বোল ভাল আনিলা ছাগল হাল | ভেড়া ঘৰ সাজিয়া দিয়োক। শশৰ আজ্ঞা পাই নোক উঠি গিৰিাই যত্ন কৰি সাবিলা তাহাক। সচৰা গলৈ আনি শৰে বোন বাণী ফাগুন আসি মিলে কতো বেশি। কহিয়ো সিসব কথা যদি মোক আছে বে ভালমতে চাৱা বিধি মেলি। ১৬৪ শুনিয়া সৎ পাচে বসি শাৰ কাছে বুঢ়া পাণ্ডি মেলিয়া চাহলি। মাহে ৰুণেক ধৰি | মনক নিয়ম কৰি ফাগুন ভৈলা বুলি ন দিলা। সিসব কথাৰ যশ শুনি নাইশো হাব সবে লোক একখান ভৈলা। শতগোটা গত কৰি হাতে তাৰ কোন ধৰি | দৌলক লাগিয়া নাচে গৈলা। ১৬৪১ ভিনিগাটা দৌল ভৈলা মূৰ্তিৰ লোভ