পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় খণ্ড হে বন্ধু ন নকৰিবা আন মতি। শ বিনায় কোনে কৰিবেক গতি। জানি তাহাৰ পদে পশিলোশ। ভেবেসে হৈবেক ভৰ সংসাৰ ভৰৰ ১৪৪৫ দয়ালু মাধৱ মোৰ কিনো উপকাৰী। দেখাইলা নিজ গুৰু ঈশ্বৰ মুৰাৰি। কহে ৰামচৰণে ছাৰিয়ো আন কাম। গুক হৃদয়ে ধৰি বোব ৰাম ৰাম ১৪৪৬ আত অনন্তৰে উনৈশ বৎসৰ তৈল। গৃহত বসিয়া বুঢ়ায়ে তৈকে গৈল। অত মাধৱ কৰিয়া উৎসৱ | আলোচি গৈলা সিঠাই। কৰ্ণপূৰ্ব চতুভুজ | সমাধিতে পৰি | তথা গৈল দুয়ো ভাই। ১৯৪৭ আনো ভূঞাপণ আইল শবৰ পাণ।