পৃষ্ঠা:গুৰুচৰিত.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩-চৰিত ৰামকৃষ্ণ দুয়ো ভাই পাৰি খাইবে সবে যাই | খেদি যাইবি কৰি তাক ৰক্ষা। তান লগে কৃষ্ণ পাচে ফৰবট হানি গাছে | মৰিবেক বুলিলে নিশ্চয়। পাইবি পাচে স্বৰ্গলোক নিষ্ঠা কৰি বোলে তোক | মোৰ বাক্য বৃথা মুহিকয়। ১৩০১ আৰৰ তাক বুলিলন্ত মহাঋষি দায়ৱন্ত | বোলে পাচ কথা কহো মই। ইবি পৃথিবী পুং ভালুকৰ পূৰি তনু থাকিবি বৰিষ ষাঠি তই। শৰ বৰূপে হৰি | ছদ্মৰূপে অৱতৰি জন্মিষেক কুসুমৰ ঘৰে। ভেবে ভেবে মাৰি তোৰ ইটো মোৰ শাপ থোৰ মোষ্ণপদ দিবন্ত শঙ্কৰে ১৩০২ এহি বুলি গৈলা সিটো কহিলেহো কথা ইটো | নিহা সমাজিক জন। মাৰিলাহা তাক তাতে শঙ্কৰে ধৰিয়া হতে সভাসদ লোক দিয়া মন। পাইল এবে ক্ষেপদ নিহা সভাস | কৰে আৰু বিষ্ণুপুৰাণত। ইগো কথা আৰে এওঁ পুনৰপিআবোকও সাস লোৰু যত যত ১০