পৃষ্ঠা:গুৰুচৰিত.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমৱৰ গিৰি কাছে মুনিৰ আন আছে | তৈকে ইটো বিদ্যৰ গৈল। অগ িসহিতে বসি ব্ৰাক উপাপি ঋষি | কৃষ্ণকথা বলে দুয়ো কৈল ১২৯৮ সেহিবে বিদ্যাধৰে আমিত বিদ্যাধৰে | দুয়ো মহা লঘু কৰি। দেখি ঋষি ক্ৰোধমনে শাপ দিল তেতিক্ষণে শুনি বিদ্যাৰ গৈলা ডৰি। পাচে মহাত্ৰাস হুয়া। | ঋষিৰ চৰ দুয়া বুলিবে লাগিলা তুতি বাণী। দিয়ে মোক শাপ অন্তু তুমি মুনি মহাসন্ত | মই মহা পৰম অজ্ঞানী॥১২৯৯ মষিয়ো োেষ মোৰ সাঞ্চি পাতক থোৰ | উপহাস কৰি তোমাসাক। হেন শুনি মহা মুনি উত্তৰ দিল গুণি কৃপা দৃষ্টি চায়। পাচে তাক। শুনৰে অজ্ঞান তই বোলে আবে তোক মই ধেনুকাৰ ভ্ৰাতৃ হুইৰি যাই। বৃন্দাবনে কৃষ্ণে গৈয়া গোপশিশু সঙ্গে লৈয়া ফুৰিবেক গোধন ৰাই৷১৩•• মহাব ভাল ব সবাইৰে বোৰ এয়ছে কৰিৰি পৰে।