পৃষ্ঠা:গুৰুচৰিত.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিীৰ। এহিমতে ৰৈ তথা শুনা আখলবে না | শীলা এক গম বিচিত্ৰ। না সাধু সময় শৰৰ যত হয়ে সবে পৰ পৱিত্ৰ। ভালুক মলিন্ত হেন লীলা কৰি | বিমতে শঙ্কৰদেৱ হৰি। লৈয়া বালকৰ নাগ ফুৰৰ খেলাই মহাভাগ | হাতে ধনু কাওসবে ধৰি। ১২৯৩ সোমাইল বনৰ মাজ ভালুক ততিয়া আছে শঙ্কৰে কৰিয়া মহালীলা। আনো যত শিশুগণ কৰি সবে ৰাষন অৰণ্যৰ মধ্যত পশিলা। শৰে দেখিলা পাচে ভালুক শুয়াি হে | যেহেন মহিষ অতিশয়। থাকিল দেখি তাক সবাকে দিল হক | শিগণ যতেক আয়। ১২৯৪ লাস কৰি নিখানি কত বাকি টানি নাদিয়া পিঠিত চৰি।। দেখিয়া তালুক গোট কৰিবৰ কক মহাবেগে তেনে ঠি। ফুৰিৰে লাগিলা পাক কৰে ধৰি আৰু হী ৰে।