সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড বনগঞ্জ গিৰিক লৈকে উষনায়। যেহেন শঙ্ক সুৰবৰ প্ৰকাশয় ১১৭১ আগে চলে ৰামৰাৰ পাচত কেতাই। তাত পাচে শঙ্ক বজাৰ কাছে যাই। মত শঙ্কৰদেৱ গৌৰ কলেৱৰ। পৰৰ লাৱণ্য মূৰ্তি দেখিতে সুন্দৰ॥১১৭২ হত্ৰাকৃতি মাথা তাত কেশ কচিকৰ। দুই কৰ্ণে দোলয় কুণ্ডল সুৱৰ্ণৰ। কপোল সুসম আতি মুখপদ্ম বলে। শত দীপিড়ি কৰি চন্দ্ৰ যেন জ্বলে।১১৭৩ নাসিকা সুন্দৰ নেত্ৰ পক্ষ পাসি। গম্ভীৰ বচন মুখে সদা কৰে হাসি। বাতুল অথৰ দাত মুকুতাৰ পাতি। কচিৰ চিবুক যেন জ্বলে পদ্মপাতি॥১১৭৪ আজানুলম্বিত মহা দুইবাহ পুষ্ট। গল কন্ধ কক দেখতে আতি। লিত দুই হন্তে টাৰ এশিয়। বিশেপন আঙ্গুলিত আঙ্গুঠি শোভয়।১১৭৫ হৃদয়ে সূৰ্ণ হাৰ নাই তাক লৰি। ৰৰ কমল কে গাৱত পাৰি। বলে মণি লে শাৰী শাৰী। যে দুনি নি নীণাৰি।