পৃষ্ঠা:গুৰুচৰিত.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই বুলি তুলি পুৰণি মাৰে লৈল। | কৰিয়া গান | আপুনাৰ গৃহে গৈলা। ইটো কথা যত | কহিলো সময় | শুনা আৰো আত পৰে। মৃগ এক তথা | আছে কৰৈ কথা মুকুকৈ শঙ্কৰে।১১৫১ আলিপুখুৰীৰ | লোক নিৰ না যেন তৈতে কৈল। এক মাৰিবে | আলোচিয়া সবে একদিন যেবে গৈল। হিতে শঙ্কৰ | সঙ্গে বালক গৈলা আনন্দিত কৰি। বিলৰ ৰামত দল মধ্য দেখে মৃগ আছে চৰি।১১৫২ মনে মনে তাক লোক বা চতুৰ্তিত বেঢ়িত। আগে মুখ তুলি | বৰ মোক ব্য। লৰ ৰেগে দিল। না কেহ না।