পৃষ্ঠা:গুৰুচৰিত.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচতি সেই পৰ পালি কৰি আজি কালি দিন দশ পৰি আছে। দিল। ৰাভাৰ | সবে আপুনাৰ | খুড়া দুইকে মাতি পাচে।১৩৭ নানি শঙ্কৰক | পুত্ৰ বনগঞকি মাতৃকো দিলো জানিব। যাও পৰলোক দিলে তোমাসা সবাকো খুড়া পালিব।। কৰি হুমদুম। | কালয় কুসুম | পুত্ৰ দুইৰো ৰি গলে। দেখি বুঢ়ী আই কান্দে গেৰিয়াই কালয় বন্ধুসকলে ১১৩৫ বুঢ়ায়ে ৰাৱে কালে নানাভাৱে কালে বনগঞা মাতৃ। হলায়ুধে চাই | কালে গেৰিয়াই | কালে আনো ভাই ভাতৃ। বিনাই বিনাই কালে বুঢ়ীই বাপু মোৰ কৈক বাহা। আকোৱালি তুলি | কৈক ৰা বুলি | মোক কিক নামাহা॥১১৩ | নাতি বা দুইকে ধৰি গলে বাছি।