পৃষ্ঠা:গুৰুচৰিত.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ঃ মহাকাশে পাৰেপে পাইলেক কে কে | সেনি শুনিয়া আতি ৰে। মোৰ হিন্দোল বৰ গঞ্জে কৰি গৰ গৰ | বিজুলী চমক বনে কৰে। ১৮৬ শৰ মাধৈৰ মাজে দুইকো মাৰিবাৰ কাজে | বৰগ পৰিল আমি বেগে। ঠৰ হয়া মাধৈ ৰৈল গৰ্ত হুয়া বহি গৈল শঙ্কৰো উঠিলা সেহি ছেগে। গোসাই ৰাখিলে বুলি শৰক লৈলা তুলি কুসুমে মাধৈক আছা চাই। শৰীৰত নাহি প্ৰাণ ভৈল মৃতকৰ ঠান নাসত পৱন নেখেলাই। ৯৮৭ আৰে বেথে হেন জানি সিঞ্চিলন্ত কাঞ্চাপানী নিলগৰ পৰা বুঢ়ীআই। দণ্ড চাৰি আছে মৰি মৰয় হৰি হৰি | হাহাকাৰ কৰে সৰে চাই। দেখে সবে নাসে ধাতু লৈ মৰণৰ হেতু | জানিলে নিশ্চয় কৰি আমি। এহি বুলি কৰি চিন্তা বসি শবে পিতা হেন দেখি হাসে এমী। ৯৮৮ হয়া মাৱৈ আহে শৰোনিয়া পাকে হাতে এৰি আৰিৰে শৈলা।