পৃষ্ঠা:গুৰুচৰিত.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেতিক্ষণে পাছে তাই এগিল চেতন পাই | গাৱমুৰি দিয়া হামি কৈলা।। বেঢ়ি লোকে চাই আছে মালি-মাথৈ পাতে | হেন দেখি ৰঙ্গ সাহাৰে। জলে বুলি কৰে ৰোল পাইলা পাচে এত বোল | ৰ আতি মিলিল সৰে। ৯৮৯ মাবৈ বোলে শুনিয়োক কিস বেঢ়িয়া মোক | বসি তুমিলবে ই ঠাৱত। গোসানীয়ে কৱে কথা তোৰ দেহোট এবা | মৃত্যু ভৈল গ শিলত। দেখি সবে অত বোলে কুমৰ সুত, | কিনে বিপৰীত আৰ শক্তি। এশংসিয়া শৰক বেলে লোকে বহু বাৰু গুণে যেন জগতৰ পতি। ১৯৯০ কুমে থাকিলা তথা কহি বহুবিধ কথা | সবে শোক গৈলা ঘৰাৰি। নিয়োক সভাসদ ইয়া আঙি নিশব | মাধৈয়ো ীত পুৰু মৰি। আৰ অনৰে আৰ কহ কথা শৰ | দশ মাস পূৰ্ণ তৈল আসি। সময় সুধা তৃৰা নাহি একো দিন দিন হেৰ লীলা কৰিব এশি১৯১