পৃষ্ঠা:গুৰুচৰিত.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ ৰু ৰিত কাটি বৃক্ষগোট কৰিয়া আচোট ধৰি লোকে কুঠাৰ। দোলা দিল। ঘৰ পশিয়া ভিতৰ কৰে সবে হাহাকাৰ॥৮৩৯ আথ বেথ কৰি শঙ্কৰক ধৰি কুসুমে লৈলা কোলাত। মনত বিকলে কায় সকলে বোলে লোক পাঞ্চ সাত। আছে সবে বেঢ়ি কেহো নাযায় এৰি কালে মুচি চক্ষু মুই। বিষাদ মনত গালে মুখে হাত গাৱে যেন লাগে জুই॥৮৪০ শঙ্কৰক চাই কৰে তাই ফাই মুখে কাৰো পানী নাই। গোসানী উঠিয়া আগে থিয় হুয়া নেত্ৰ ভৰি আছে চাই। সূৰ্যাবৰে বোলে শুনিয়ো সকলে | দুখ চিন্তা পৰিহৰা। দিয়ো এন্টা আনি সবে হেন জানি . মোৰ বাক্য শীয়ে কৰা॥৮৪১ ফুমে শুনিয়া, নিশাস তেলিয়া ঘৰে খুন্ট। আনি দিল।