সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ গুৰু চৰিত গাৰ গৈলা খামি দেৱ অন্তৰ্যামী মুখপোট মেলি আতি। সকলে জগত দেখিয়া গৰ্ভত পৰিলন্ত হুয়া কাতি। কুমে দেখিয়া | লৱৰি আসিয়া ধৰি পিতৃক তুলি।। পুত্ৰক এতে পোয়া মাটিত পৰিলা তুমি কি বুলি॥৮৩৪ শুনি সূৰ্যবৰে আত নৰে | বসিলা চেতন সতি। বিস্ময় দেখিয়া | মনত গুণিয়া কৈলা পাচে কথা তন্তি। যতেক দেখিলা। সমস্তে কহিলা | শঙ্কৰক লৈয়া কোলে। অদভুত কথা। | দেখি ধৰ্মাধৰ্থ সূৰ্যৰে হেন বোলে।৮৩৫ দেখিলোহা যত কহিববাহো কত পৰম আশ্চৰ্য কথা। এহিমতে যেবে কৈলা কথা ভেবে সমস্তৰ আগে তথা। ইটো শীলা যত | সবে শুনিলন্ত একাৰৰ তাত পৰে।