পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিীয় ও ১৭ কুসুমে উঠিয়া তোক দেখি সাক্ষাতে। হেয় কাৰ্যক পাচে কহিব সবাতে। ০৮ শঙ্কৰক দৰণনে নিজপদ পাবি। অৱতাৰ মুহি যেবে উপাসি থাকিবি। এহি বুলি অৰ্জুন তথাতে যেৰে কৈল। অধোমুখে বিদ্যাথৰে নীচ যোনি গৈল। ৮০৯ বৈষ্ণৱৰ দ্ৰোহ চিন্তি ভৈল অপোপাত। বিদ্যমানে গন্ধৰ্বত দেখিয়ো সাক্ষাত। বৈষ্ণৱৰ বিৰোধে সবংশে যাই তল। উপজি উপজি সিটো ভু৫ে পাপল। ১• হেন জানি মহন্তৰ নাৰিবা দ্ৰোহ। চিন্তিয়ো সন্তৰ হিত এৰি লোভ মোহ। ইটো যত কথা আবে এহিমনে থওঁ। শুনা শঙ্কৰৰ লীলা আতপৰে কওঁ॥৮১১ আই মৰিবৰ একাদশ দিন ভৈলা। মনে জানি কুম্বমে গৃহক শক্তি কৈলা। ষড় বিংশ দিন যেবে মিলিলক আসি। শৰ গুণগণ কহিত প্ৰকাশি ৮১২ সেহিদিনা শুদ্ধি হুই গাৱ মণ্ড ধুই। ধান উসায় মাধৈ বঢ়াৱয় জুই। ধৰিলেক টোপনি আসিয়া তোবেলি। হালি হালি পৰয় আছয় চুলি মেলি ১৩