সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহ্মা হৰে কৰে তুতি | আছত শঙ্কৰ শুতি পৃথিবীত জানু শিৰে পৰি। দিশৰ শুনি বাণী শঙ্কৰে মনত গুণি | বুলিলা বচন ৰ কৰি। তানিয়োক দেৱগণ কৰা সবে ৰঙ্গমন কহো পূৰ্ব বচন বিশেষ। বাৰে বাৰে অৱতাৰ হুয়া হৰৰ ভূমিভাৰ | পৃথিবীৰ পাষণ্ড নিশেষ।৭৭ ইটো অৱতাৰ আবে কলিৰ লোকক সবে | নিস্তাৰিয়া বৈকুণ্ঠক নিব। হৰিভক্তি দান দিয়া সমস্ত লোকক নিয় | নিষ্টে নিষ্টে নিজপদ দিবো। তুমিলবে আইলা কিক স্বৰ্গহন্তে পৃথিবী ৰক্ষা হৰ শুনা পুৰৰ।। হেন শুনি দেৱগণে বুলিল তেতিক্ষণে বচন শুনিয়া শঙ্কৰ ৭৮ তবু সৰশন আশে আইলো আমি সবে দশে | প্ৰাণ প্ৰভু জগতৰ পতি। কৰি তুতি নমস্কাৰ দেৱগণে বাৰ | শঙ্কৰক কৰয় মিনতি। নমো নমো নমাই মাথ হে বাপ অগয়া তুমি এভু অনাদি ঈশ্বৰ।।