পৃষ্ঠা:গুৰুচৰিত.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰম পুৰুৰ হৰি। | যাৰ নাম এ এ | মহাপাপ তৰে জগতৰ।৯। জয় জয় কৃষ্ণ বুলি দেৱগণে হাত তুলি শঙ্কৰক কৰিলা প্ৰণাম। ৰাহক স্মৰণে আতি ভৰে মহা অতি | কটাক্ষতে সিটি সৰ্বকাম। এহি বুলি মৌনে ৰৈলা শঙ্কৰে বুলিৰে লৈ | যিশ দেৱক চাই চাই। বৰ্গে চলা দেয়গণ মোৰ বাক্যে এতি থাকা সবে নিজ থানে যাই ৭১ নিয়া ত্ৰিশগণে। | উঠিলন্ত মনে নমস্কাৰ কৰি শৰক। ৰথৰ কিঙ্কিণী ধ্বনি শুনি তাক ৰিণি ৰিণি নিমিষেকে পাইলত বৰ্গক। হপে কথা কৈল শৰে তৰাতে বৈল | আনো লোকে নানিলা আক। বন বৰা উঠায়ে দুই মাত্ৰ দেখিল | এনা সবে কহো আবে তাক॥৭১১ হইৰৰ মনে ভৈল শ দেশি হেন চামৰা কুমৰ আগে গৈ কৈলা। যেন বিপৰ্যয় কহি আনন্দে থাকিলা বহি এহি কৰ্ম সিদিনাৰ গৈ।