পৃষ্ঠা:গুৰুচৰিত.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ -চতি গণ্ড গহি পণ্ড কাছ সেহি বানে। নেৰ হাতৰ আখ জানা সিকাৰণে। যত আসিলা পুনু বৌদ্ৰৰ হাপাসে। চোতালত ভৈল থিয় পড়ি পিয়াসে।৫১২ হেন সময়ত আসি মিলিশেক গল্প। একগোটা গৰুক খেদন্ত কৰি দৰ্প। সাপ দেখি চালেৰী আসিল বৰ বেগে। কুমৰ আগে এনি দিল সেহি হেগে ১৩ সেহি খাতা জাপিক কুসুমে হাতে খৰি। খেদি গৈল সৰ্পক মনত ক্ৰোধ কৰি। কেট তুলি গৰুক খেদতে যেবে আছে। ভয়ঙ্কৰ সৰ্পক খেদি গৈয়া পাচে॥৫১৪ ও হে দুই চকু ফুৰাৰে সঘনে। গৰু এৰি কুসুমক ধাইল ক্ৰোধ মনে। বা ধৰি মহাবেগে পাতিল জপি। ফেট তুলি সৰ্পোট আসিলন্ত চাপি।৫১৫ চক্ৰাকাৰ কৰি খেলে পাক ফুৰি ফুৰি। হেগ চাই কুসুমেয়ো ফুৰে ঘূৰি ঘূৰি। দুই চক্ষু জলে তাৰ দেখি উনি। জাত জাত কৰি যেন নিকলে অগনি ১৬ হাৰাহাষ্ঠি হয়া আতি ফোকাই সৰ্পগোট। যমৰ জাপিত মাৰি খেদি খোট।