পৃষ্ঠা:গুৰুচৰিত.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাধৱৰ মনে। অন গুৰু নকহিল। ফুৰোহহ খেলাই তভো নিষ্ঠা নাই ভাহান মায়া মমহিল॥৪৯৮ ৰামচৰণ নাম | অতি অনুপাম কৃপা কৰি গুৰু দিলা। মাধৱেয়ো ইটো দাম নখণ্ডিল | গুৰু আজ্ঞা নলাৰিল। কিনো কৃপাময় গুণে নাহি পটন্তৰ। শৰ মাধৱ | পদ শিনে ধৰি হৰি হৰি বোলা নৰ॥৪৯৯ শঙ্কৰৰ শিতলীলা আত অনন্তৰে আৰে শুনিয়ো সম্প্ৰতি। সঞ্চৰায়ে সব কথা কৈলা প্ৰতি প্ৰতি। পাৰ কথা কহে। এক চিত্ত কৰি। শৰৰ শিশুলীলা শুনা কৰ্ণ ভৰি॥৫০০