পৃষ্ঠা:গুৰুচৰিত.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, এক-চৰিত কোইখ যদু ৰাম ৰাম দাসে যাই তেতিক্ষণ। চাৰি দিশে চাৰি | হানিলত কাও | শৱদ ভৈল প্ৰচণ্ড। ঢোল কৰতাল শৱদ আস্ফাল | বায়ে নানা বাদ্য ৪৯০ বদী ফলক | আনি এক গুটি | নাৱৰ উপৰে দিলা। কল পাঞ্চ গুটি দুগ্ধ সমন্বিতে | নৌকাৰ মাজে তুলি। বত বিপ্ন ভূঞ। জানক লভিয়া | সবে ঘৰ ধৰি গৈল। এহিমতে তৈত | শঙ্কৰ দেৱৰ জন্মোৎসৱ সাঙ্গ ভৈল॥৪৯১ না সভাসদ | হুয়া নিশৱদ শঙ্কৰ চৰিত্ৰ কথা। বিষয় বাসনা | মোহ পাশ ছেদি তাহা চিন্তা সৰ্ব। সাধু গোবিন্দ | চৰিত্ৰ বিত্ত মতা ভাগবতে কৰে। অৰ্জুনৰ আগে। কৈলা নাৰায়ণে বিগো সাধু স লৰে॥৪৯২