পৃষ্ঠা:গুলেনাৰ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উছৰ্গা 18*81 সহোদৰাধিক ৺ চন্দ্ৰকান্ত সন্দিকৈৰ স্বর্গীয় নামত এই খনি উছৰ্গা কৰ হল। -***- ভাই চন্দ্ৰ ! তুমি এই চিৰ অভাগীৰ প্ৰতি যেনে পুতৌ প্রকাশিছিল৷—তাৰে কৃতজ্ঞতা স্বরূপে নিজে গুলেনাৰে তোমাৰ নামত উছৰ্গকত হৈ কৃতার্থ মানিছে। পৰম করুণাময়ৰ চিৰশান্তিময় কৃপাৰ ছাঁয়াত আছ৷ যেতিয়া, তোমাৰ কিহৰ অভাৱ থাকিব পাৰে ? “ৰজাৰ ঘৰত কি নাই ? তেওঁ কচু শাকৰ ভেঁটি” ইয়াকে ভাবি এই ক্ষুদ্র উপহাৰটি তোমাৰ নামত আগ বঢ়ালো ; গ্ৰহণ কৰিলে সুখী হয়। যোৰহাট । ১৫–১১–২৩ তোমাৰ মৰমৰ পজিৰ ককাইটি।