পৃষ্ঠা:গীতাসাৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪৮৭ শ্ৰীকৃষ্ণৰ অকাট্য যুক্তি। অর্জুন কিংকর্তব্যবিমূঢ় । এনে সমস্যাৰপৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ভগৱান বাসুদেৱে পুনপি অর্জুনক এই বুলি উদগনিৰ বুনি দিলে, “হে কুন্তীমন। তুমি বিমােৰ নহৰাঁ। মই ইয়াৰ আগ্ৰ কৈ আহিছে যে, উপস্থিত ধর্মযুদ্ধত তােমাৰ মৰণ মিলে যদি তোমাম স্বর্গলাভ নিশ্চয় ; আৰু জয়ী হব পাৰা যদি তোমাৰ qিটক ৰালি। দুয়ােহাতে তােমাৰ মঙ্গল। এতেকে, শােক, চন্তা আৰু সংশয় পৰিত্যাগ কৰি, তুমি স্থিনিশ্চয় হৈ ৰণৰ উদ্দেশে খোন কৰা (১)।” কিন্তু, সিমানতে অর্জুক চিন্তিত দেখি, ভগৱান দৈৱকীনন্দনে আপােনাৰ শিষ্য-সথি কুন্তীনন্দনক অনতিপলমে চৰ কর্তব্য ন জ্ঞাপন কৰিলে, সুখদুঃখে সমে কৃত্বা লাভ লাজী জয়জয়ে । তো যুদ্ধায় যুজ্য নৈবং পাপমবাসি। অর্থাৎ, সুখ আৰু দুখ, লাভ আৰু অলাভ, জয় আৰু পৰাজয় সবাৱকে সমভাৱে চাই লৈ, তাৰ পাচত তুমি যুদ্ধত প্রবৃত্ত হােৱা, তাৰ বাবে তুমি পাপভাগী হব নালাগিব। মুঠতে, তুমি সুখৰৰ কামনা নকৰিবা, দুখৰ আশঙ্কাতে। সঙ্কুচিত নহ; যুদ্ধত যে তােমাৰ লাভ হব সেইটোও নাভাবিব, অলাভ বে হব তাকে। মনলৈ নানিব; আৰু উপস্থিত মহাৰণত যে তােমাৰ জয় তাকে আশা নকৰিবা, পৰাজয় যে হব তাকে মনত ঠাই নিদিব। সেয়ে হলেই গুরুজন আৰু জাতিবধৰ পাপে তোমাক নাপায়।” {২} - - - - - (১) গীতা, ২ আধ্যা, ৩৭ স্লো। (২) গীতা, ২ আধ্য, ৩৮ শ্লোক।