পৃষ্ঠা:গীতগোবিন্দ.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গীতগোবিন্দ। পদ । নমো নমো নাৰায়ণ, ভৰ-ভয়বিনাশন ; ব্ৰহ্মা হবে চিন্তে যাৰ অৰুণ চৰণ। প্ৰণামো গোপাল নিৰাকাৰ শিৱকান্ত গোপীজনবল্লভ প্রণামে। লক্ষ্মীকান্ত ৷৷ ১ ৷ জান-দিলাহা যোদৰ ৰূপ-ধৰি নমো কবিচন্দ্রৰ চৰণে আগবাঢ়ি। জয়দেৱ নামে কবি আছিলা পূর্বত গীত-গোবিন্দৰ বিৰচিলা নানা মত । ২ । গোবিন্দৰ ৰাসক্রীড়া গোপিকা সহিত। একত্ৰ কৰিয়া ভগৱন্ত সমন্বিত । দুয়ো কথা নিবদ্ধ কৰিবো একে ঠাই দ্দাহাকে স্মৰণে লোক বৈকুণ্ঠক যাই। ও ।