পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৭১ ] ইয়াতকৈও অাৰু টান আছে ব্যাকৰ্ণত । ধাতু নামে এটি আধ্যা ৰাখিবা মনত । সকলোৰে । ধাতু বুজি চল| বৰ টান । গণে গণে জনে জনে ৰপ হয় সমান ॥ অহিভত কেও কৰে তদ্ধিত প্রত্যয় । হিত কতে নিন্দা কৰে এনে বিপৰ্য্যয় ॥ কিন্তু অন্ত হলে আয়ু মৰণ কালত । তদ্ধিত অকৃত লোকে নেৰাখে মনত ॥ পাহৰে অকুত কৃত চুবুৰীয়া জনে । সমস মিলনে মিলি কান্দে শোক মনে ॥