পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৩৯ { লৰা ছোৱালীৰ গা ধুৱাই দিলে জানো সিহঁতৰ কতবা কিবা দইন পৰে ? ইউৰোপ আমেৰিকাত জানো দুখীয়া মানুহ নাই ? চাপৰি ) পিচে, সিহঁতে লৰা ছোৱালীক কেনেকৈ পৰিষ্কাৰে ৰাখে ? ঘৰৰ ঘৈনীয়ে যিখিনি পৰ মিনাইৰ মাকৰ আৰু ঘিনাইৰ ঘৈনীয়েকৰ- নাক মুখ ব্যাখা কৰি কটায়, ( চাপৰ ) সেইখিনি পৰত লৰা ছোৱালীক ধুৱাই পখালি নিক। কৰিব পাৰে । ( চাপৰি ) মন থাকিলে মানুহে স্বৰ্গলৈকো যাব পাৰে বুলি কয়। ( চাপৰি । লৰ। চোৱালী পৰিষ্কাৰে ৰখাটো । বৰ । টান কথা নহয় । আচল কথা আমি মলি প্ৰিয় জাতি, (চাপৰি) মলি নহলে আমি থাকিবই নোৱাৰো । লৰাৰ মুখত মাটি, গাত ধূলি নাথাকিলে আমাৰ চকুত তাৰ ধুনেই নোলায় । (চাপৰি) এই কেই আষাৰ কথা কৈ বৰুৱা। বহিলত সভাপতি ডাঙ্গনায়। উঠিল, আৰু কোনোবা৷ সভ্যই সভাক মন্তব্য নিবেদন কৰিবনে নকৰে সুধিলে । পাচে কেওঁ মুঠা দেখি । সভাপতিয়ে নিজে কবলৈ ধনিলে --ভাঙ্গনীয়া সকল ! আমাৰ দেশত যে দিনক দিনে জনসংখ্যা কমি যাবলৈ লাগিছে ; ই সর্চা কথা । মৰণ জীৱনত অৱশ্যে মানুহৰ হাত নাই, তথাপি শাস্ত্ৰত বাচি খাবলৈ আৰু জাগি শুবলৈ কৈছে ( চাপৰি ) । সদাই পৰি স্কাৰে থাকিলে হে মানুহ দার্ঘায়ুস হয়, ইয়াক কেওঁ মিছা বুলিব নোৱাৰে ( চাপৰি ) । পৰিষ্কাৰে থকা খোৱা৷ জাতি বিলাকৰ ভিতৰত মৰণ সততে কম দেখা যায়। হাজৰিকাৰ কথা কেই আষাৰ অৱশ্যে শলাগিৰ লগীয়া । ( চাপৰি ) আমি মলিক মলি যেন নাভাবোঁ। লেতেৰাকৈ রখাৰ নিমিত্তেহে বহুত