পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ১৫ ] দি কলে :--“সিদিনা ৰাজখোৱ। ডাঙ্গৰীয়াই আজিৰ সভাত স্ত্ৰী-শিক্ষা সম্বন্ধে বস্তা কৰিবলৈ গাত লৈছিল, আজি সেই বস্তৃতাটি দি কেন্দ্ৰসভাৰ সভ্যমগুলীৰ তৃপ্তিসাধন কৰক।” ৰাজখোৱা ডাঙ্গৰীয়া ডাঙ্গৰ ঘৰৰ মানুহ হলেও তেখেতৰ বৰ্ত্তমান অৱস্থ। ভাল নহয়। । আগেয়ে তেখেতৰ অৱস্থা ৰৰৈয়া৷ আছিল, কিন্তু দৈবৰ ফেৰত আগৰ যি আছিল সকলোগল । তেখেত আনক চাটু নকৰা মানুহ, সেই দেখি চৰকাৰৰ চাকৰীও কৰিব । নোৱাৰিলে। । এবাৰ আঢ়ৈকুৰি ৰূপৰ এটা মোট পাইছিল, পিচে এদিন চাহাবক কিবা কাকত দেখুৱাবলৈ যাওঁতে, চাহাবে হুনু কিবা টান কথা কলে। সেই দেখি তেখেতে চাহাবৰ লাগত দ্যু কৰি সেই দিনাই চাকৰ৷ ইস্তফা দি আহিল। সেই অৱধি তেখেতে নিজৰ হাতে কোচে যি আছিল । তাকে চলাই পেটে- ভাতে খাই আছে । ৰাজখোৱ৷ কিন্তু লিখা পঢ়াত চোকা, আৰু তেথেত সকলো বিষয়ত লায়ক বুলি নাম আছিল । গভর্ণমেন্টলৈ কোনো মিনতিপত্ৰ পঠাব লগীয়া হলে, মানুহে তেখেতৰ হতুৱাই লিখাইছিল । ৰাজখোৱাই দেশৰ অৱস্থাৰ ফালেও সদায় চকু ৰাখিছিল। সভাপতি অনুৰোধ কৰি বহিলত ৰাজখোৱা৷ ডাঙ্গৰীয়া থিয় হল, আৰু দুয়োখন হাত কঁকালত দি পোন হৈ বুকু ফিন্দাই কবলৈ ধৰিলে —‘সমজুৱা ডাঙ্গৰীয়া সকল! শাস্ত্ৰত কয় ফে তিৰোত। গৃহৰ লক্ষমীস্ত্রী গৃহস্থালীৰ কেন্দ্ৰ। হয়, সজ কথা। তিৰোতা ঘৰৰ লক্ষীও হব পাৰে, কেন্দ্ৰও হব পাৰে, কিন্তু তিৰোতা মে ঘৰোৱাহৰ অধ্যাপক ( চাপৰি ) ইরাত তিলমাত্রও সন্দেহ নাই। তিৰোতা যেতিয়া ঘৰৰ ঘৈণী হৈ উঠে, তেতিয়া