পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ১৩ ] উলিয়াই দি আমাৰ পৰম উপকাৰ কৰিছে। । ফুকনে বোৱা ৰীৰ যি অবস্থা৷ বৰ্ণাই কলে তাক কোনোৱে নুই কৰিব। নোৱাৰে । ফু কনন কধা শুনি ভবিষ্যতলৈ সকলোৱে সাৱধান হোৱা উচিত। ৰাজখোৱা ডাঙ্গৰীয়াই কিয় বেয়া বুলিলে ( চাপৰি ) মই বুজিব নোৱাৰিলে। । ৰোগ হলে লুকাই ৰখা বুদ্ধিমানৰ কৰ্ম্ম নহয়। আমাবে। এইটি ৰোগ হৈছে, তাক লুকাই নাৰাখি গুচাবৰ উপায় কৰাহে উচিত । লাজলৈ ভয় কৰি ঢাকি থলে এই দোষ চিৰকাল থাকিব। মই আৰু আপোনালোকক বহুত পৰ নাবাখে। ফুকনে যি কথা কৈছে তাত যোগ দিবলৈ মোৰ আন কথ। নাই। এতেকে ফুকন ডাঙ্গৰীয়াক তেখেতৰ বহুমূলীয়া বস্তৃতাৰ বাবে শত ধ্যবাদ দি আজিলৈ সভা সম্বৰণ কৰা হল” ( চাপৰি ) সভা ভাগিলত আমি গুচি আহিলোঁ। কিন্তু ফুকনৰ কথা কেই আষাৰ চিৰকাললৈ মনত থাকিব যেন বোধ হৈছে। তেখেতে অসমীয়া বোৱাৰীৰ অৱস্থাৰ যি চিত্র অকি দেখুৱালে, সি এতিয়াও আমাৰ চকুৰ আগত চমকাই আছে ।