পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

৬ খন কিতাপ লেখা হৈছিল। এই কিতাপখন লেখি ছপা কৰি উলিয়াওঁতে শ্ৰীমান প্ৰেমধৰ বৰুৱাই সহায় কৰিছিল আৰু ছপা কৰা বিষয়ে শ্ৰীযুত হৰমোহন দাসে সহায় কৰিছিল। সেইবাবে তেখেতসকলৰ শলাগ লৈছোঁ। এতিয়া সহৃদয় পাঠক সকলে সাহিত্য হিচাপেও কিতাপখনি মৰমৰ চকুৰে চালে বাধিত হম।


গুৱাহাটী
২৯-৮-৩৩
ইতি—
শ্ৰীনবীনচন্দ্ৰ বৰদলৈ