সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰ ক্ষেত্ৰ যাক যেন যোগ্য যদুগণ সমে কৰিলা হবি সন্মান॥১৬৩॥ 53 ৪১ মাধৱৰ মহা মানা সতকাৰে সৱে ভৈলা হৰিষিত। এহেন্তে ঈশ্বৰ বুলিয়া কৃষ্ণৰ চৰণত দিয়া চিত॥ পদ পদ্ম দুই দেখন্তে সৱাৰো মিলিল শাপ প্ৰলয়। ঈশ্বৰ মূৰ্তিক সাক্ষাতে নিৰীক্ষি কিনো ভৈল মহোদয়।। ১৬৪॥ চাহন্তে চাহন্তে প্ৰীতি উপজিল নিৰ্মল মন শৰীৰ। হৃদয় দ্ৰৱিল লোম শিহৰিল ঝৰে নয়নৰ নীৰ। ঈশ্বৰ মূৰ্ত্তিক, দেখি আনন্দতে মিলিল যেন মুকুতি। মজি প্ৰেমৰসে বেঢ়িয়া সমস্তে মা কৃষ্ণক কৰিলে তুতি॥১৬৫॥ তেহ্মাকেসে আমি প্ৰণামো মাধৱ পৰম ঈশ্বৰ জানি। অন্তৰ্যামী ৰূপে তা হৃদয়তে তুমি আছা প্ৰভু চক্ৰপাণি॥ তোহ্মাৰ মায়ায়ে মোহিলে আহ্মাক তুমি প্ৰিয় আত্মা মহা মোহে ভৈলো অন্ধ। নকৰো কিছু প্ৰৱন্ধ॥১৬৬॥ তোহ্মাৰ সেৱাত মহা মহন্তৰ হৃদয়ত ইটো থাকে পাদপদ্ম দুই। তাহান চৰিত্ৰ অমৃত সাক্ষাত মুখ দ্বাৰে বাজ হুই॥ তাকে কৰ্ণ ভৰি যিটো পান কৰি থাকে ভকতৰ কাছে। Scanned with CamScanner