সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ক ক্ষেত্ৰ যাব নাম মাত্ৰ স্মৰণে নিস্তাৰে হেন মাধৱক পতিত পাতকীচয়। দুৰ্ল্লভ ভাগ্য উদয়॥৬৭॥ সদা দেখা কিনো জি কালে নাশ গৈল নহীৰ মাহাত্ম্য HIST নোপজে শস্য কিঞ্চিত। যাৰ পাদপদ্ম পৰশে সম্পূৰ্ণ ভৈল ভূমি কৃতকৃত্য॥ যেই ষিবা আৱে wy বাঞ্ছো পৃথিৱীত পূৰ্ণ হোন্ত সেই কাম। যাহাৰ প্ৰসাদে জগতৰে ভৈল মহা দুখ উপশাম॥৬৮॥ হেন ঈশ্বৰক দৰ্শন পাই পৰশা আপোন হাতে। কৰা একেলগে ভ্ৰমণ ভোজন শয়ন একে শয্যাতে॥ মোক্ষ সুখ এৰি কৃষ্ণৰ সেৱাত লাি সবংশৰে অভিলাষ কিনো মহা ভাগ্য গৃহতে কৰন্ত আপুনি বিষ্ণু নিৱাস॥৬৯॥ আনো অসংখ্যাত কৰিল প্ৰশংসা ধন্য ধন্য যদুকুল। পৰম মহিমা দেখিয়া কৃষ্ণত . শিৰে বৰিষিলা ফুল॥ মিলিল সিবেলা সবাৰো কৃষ্ণত পৰম ঈশ্বৰ জ্ঞান। হৰিৰে বহিল কোহো নকহিল কৃষ্ণকথা বিনে আন॥৭০॥ ॥ ছবি॥ সামাজিক যত ইটো মহাভাগৱত · যত্নে মহা হুয়ো সাৱধান। ২৭ Scanned with CamScanner