পৃষ্ঠা:কুলাচল বধ.djvu/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Olovce কুলাচল-বধ। কুলাচল বীৰ কৰ্ণ নৃপতি সুত। হৰি হাতে মৰি সিটো ভৈলেক মুকুত। বৈকুণ্ঠে চলিল। বঙ্গে বিমানত চড়ি। সেনাসবো মুকুত জৈলে হৰি বড়ি। অগস্তিৰ বাক্যে দেবদেব ভগবন্ত। পাৰেই কৰ্ণ নৃপতিক তাৰিলন্ত। শিলা গুচি সমাজ ভৈলেক মুকুত। এহি সব তান সৈন্য সামন্ত বহুত॥ কৰ্ণ ৰজা খোজে দেখিবে তোক। সেই হেতু ইথানে অনিলো তোক। তুমি যেন নৃপতি বৈষ্ণব সাজে সাৰ। সেহিত ভাৱ তেহে জানিব বিচাৰ। দুয়ো ৰাজা পৰিচয় হইযাক লাগায়। এতেক কহিলা পাছে দেব হৰি হয়। সিদ্ধ o্যিাধৰ সমে চলিয়া গেল। অনৰে মুয়ো ৰাজা এক লৈ। গুনা সস বনপ পূখ্যকথা। পৰৰ ল্য দুংসকাৰী নাম যথা। বি বৈষ্ণবৰ বগা গা মা পান। সন্স বাতিল হলে ঔষধ খান। ( 0 )