এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰাঢ়িছে, বাঢ়িব যুগৰ লগতে আমাৰো দীপ্তি আমাৰো মান । নাই আৰু ভয়, নহয় লুপ্ত ওনাল নাম জগত ঘুৰি, জলিব নিয়তে সত্যৰ পোহৰ সপোন মুখেৰে অধিল ভৰি
- 0:-
প্রকৃত শান্তি । 29 যাৰ আশ্ৰয়ত, মনৰ মাজত বিশ্ব ব্রহ্মাণ্ড জ্বলে, দিব্য দৰ্শনৰ, অতুল জ্যোতিত জ্ঞানৰ মলয়া বলে ৰ'নাৰ ঢৌ শোকন অগনি, হৰিষৰ উদগণি, মায়াৰ কুঁৱলি, পলায় দূরতে অকাল প্রলয় গণি । সেয়েই শান্তি মনৰ ভ্ৰান্তি পলায় আগত যাব, জগতৰ মহা কৈল্যান সাধক, সকলো সুখৰ সাৰ । -:0:-