পৃষ্ঠা:কিৰাত-পৰ্ব্ব ভাৰত.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
 



শ্ৰীশ্ৰীহৰি

কিৰাত পৰ্ব্ব ভাৰত


ত্ব ও মুম্ভ হট বিৰিনাম ।
নত্য গল বছ’ মু”.fঙ সৰস্বতীন

জয় জয় জগন্নাথ তিলক হৰি।
বধিলা অসুৰ ভূমি ভাৰ অৱতৰি |
সাধিলা দেবৰ কাৰ্য্য তুমি সি দৈত্যাৰি।
নমাে নাৰায়ণ জয় জগদীশ হৰি।
জয় জয় নমাে দেবী কালীকা গােসানী।
ভকত জনৰ ভব ভয় বিনাশিনী।