পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাশ্মর কুমাৰী Sথ অঙ্ক সামৰাণ*! ? বিজয় মানবৰ ৰূপ ধৰি স্বৰ্গৰ দেৱদূতে তো পাণি রাহণ কৰিছে। ভাগ্যৱভী কাশ্মীৰ। আৰু [ বিষন্ন মনেৰে অনৰ প্রবেশ ] অনঙ্গ -- মহাৰাজ, পিতা মৃত্যু হৈছে। মহাপাপী মই, মৃত্যু কালত পিক সেৱা কৰিবলৈ নেপালে।। বন্ধু ক্ষমা কৰিব, এই অশুভ ক্ষণত অপপানাৰ পবিত্র দান কাশ্মীৰ কুমাৰীক গ্ৰহণ কৰিব নোৱাৰিলে। যদি { কেতিয়াবা ) ( সকলে হতাশ হয় ) [ কলাৰ হাতৰ মাল। মাটিত সৰি পৰে। } যবনিকা