পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অ-২য় দৃশ্য ] তই মহেশৰ কাষলই গই প্রতি মােৰ নাৰি বিনয়ে ; আৰু কবি সুধিছে ৰজাই পার্বতীৰ শুভাশুভ সকলো বাতৰি তােৰ খে। যাবি শীঘ্ৰে। দূত-মহাৰাত! উলটিম শীঘ্ৰে মই, নই। আশ্ৰমৰ পাৰ্বতীৰ সকলাে বাতৰি।। | ওলাই যায়। মেনকা-নকলে কিয়নো তাক, নিজে দেখা কৰি জনাবহি লাগে মােক গৌৰীৰ বাতৰি। হিম ( হাঁহি)-আজিয়েই শেষ কৰি সকলাে বাৰত আনা যদি তােমাৰ কাৰ, আনকালে কিটো সুখি তুমি মােক কৰি আমনি। মো (আঁতৰি)-সুধিলে আমনি যদি পায় এনেদৰে নােসােধে। শালিৰপৰা। ক’তনো দেখিছা? এনে কাঠচিতীয়া নে হিয়া পুৰুষৰ ? মাকৰ বুকুৰপৰা চিৰি পােলাক কৰবাত এৰি থই আহি, ভাল বেয়। বাতৰিও লবলই এনে টান পায়। হিন (গাত ধৰি )-পুৰুষৰ কৰা হয় পমাবৰ কাৰণেতা, বিধাতাই ৰচিলে ইনে মোৰ পৰণত প্ৰায়গা। নােেেহতেন মােৰ মেনাক্ষী, এই গিৰি-হিয়াৰ মাজে মলকিনী বােয়ালেহেতেন কোলে শৈলা ? s