পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| তৃতীয় অং-২য় মৃত কঠোৰ সন্ন্যাসী তেওঁ, কি বুজিব দুখ আলসুৱা পাৰ্বতীৰ। কথা একেকেৰি; অলৌলোৱা কৰি মই তুলিলো-তালিলে, এতিয়াও তাই মােৰ কান্দি ভাত খায়। হিমালয়—পাষাণ-পৰণ মই; কিন্তু মােৰ এই শিলা হিয়া ভেদি যিটি নিজৰ। বাগৰে, পানী তাৰ সুমধুৰ, ফটিকৰ ধাৰ! কন্যা মোৰ পাৰ্বতী তেনুৱা আৰু মােৰ কিৰীটিত চিৰকাল শাহিৰে নিদ্রিত শুভ্র তুষাৰৰ দৃষ্টি লৱণুকোমল ; কিন্তু তাৰ স্পৰ্শ আনা বসুকঠিন, গৌৰী মােৰ জানিবা তােপ। চেনেহৰ উমি উমি তাপ পাই যাব খােজে গলি, কটুৱা হাতৰ বাবে তাই কিন্তু বলী। মেনা-বাৰবুৰ ৰহণােৱা কথা সাজি কই টুটুৱাই ৰাখিছে সদায় । আজি মই । নেৰে৷ সেইদৰে। এতিয়াই দূত পাচি এদিনলে পার্বতীক অনিক মতাই। হিম ( হাঁহি হি)-ইদৰে পাতল মন দেয়া কিয়নাে ? সেই অবলা যােলে তিতা তিক। বা, মই দূত পয়াই এতিয়াই অনাম বাতৰি; নি। সূতৰ মূৰে, আম-আছে গৌৰী ৰতে-ধেমালিয়ে। জুত। (দূত সােমাই আছে)