পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ তিীয় – কাম কেনেকই চাপে কাষ সিজনৰ? আসক্তিৰ স্থান তাত কত? আৰু চোৱা, ব্ৰহ্মাণ্ড যত রাগ, তৃণ-তরু-লতা, মহা মহা দেৱতাসকল, কি নাে কথা! ব্ৰহ্মা বিষ্ণু দুয়াে যাক জনায় প্রণতি ; তেওঁৰ আগত, যাবা কি স্পর্ধাৰে তুমি ঠিয় হবলই ? সিসৱৰ দাস আমি; ভৃত্য হই আদেশিবা কোন বিধিমতে। আত্মবােধহীন জনে প্রভুত্ব নিজৰ হেৰুৱাই যদি দিয়ে প্রশ্রয় তােমা, তেতিয়া সঙ্গত হয় ই কাৰ্য তােমাৰ; নহলে পালিৰ পাৰ এছু দেশ! মােৰ মনে, চোর পুনু কৰি বিবেচনা। মদন-হেৰা ৰতি ! বিবেচনা আৰু মােৰ নাই; দিহে কৰি অৱস্থাই ব্যৱস্থা নিব। কৰ্ম্ম মাখে। নিয়তিৰ নিয়ম-বায়ােন; অজ্ঞানে বা সঙ্গনেই, আমি তো কাপি মেৰ তাৰ নােৱাৰো এৰাব। কর্মময় সেত জীৱনৰ; লই যায় এই উটাই-ই; তাৰ এতিকূলে যােবা হাঁহি-৪ঠা বৃথা চেষ্টা মাখে। করব। থাৰ ৰা নহয় সহ; কোনে অভ্রানি, তুমি যা কাব্য বুনি? নিল ব্য বুজি পাের, ক্যৰ