পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ প্রথম —৪র্থ দৃশট এনিমান হিয়া যে মােৰ, পৰে উপচি । ওলাই যায়। জিলিজি -ই-ই, ইই, ই ই ; বসন্ত, বায়ন ময়ে; মােৰ নামেই জিলি! | ওলাই যায়। তােমােৰা-গুণ, গুণ, গুণ, গুণ, গুণ, গুণ, ৩৭, ৩, ; | গুণ, ৩, ৪ গুণ, গুণ, ! কলীয়া ভোমােৰা ময়ে; মােৰ চোকা তং । ফুলে ফুলে যাও, ফুলৰ মধু খাওঁ। বসন্ত-বৰাগী ময়ে | টোকাৰি বজাও ! | ওলাই যায়। মদন-তৃপ্ত হলো দেখি যত দূত বসন্ত ! তাৰ পিছে দিয়া দেখা মােৰ পৰ। জ নিজ ৰণ-বৈশিষ্ট্যৰ মাজেৰে এৰি, চুত, অশােকশিক্ষণ এ4কৈ আহি গান গাই নিজ চিনাকি দিনৰ আন কাটেনি ওলাই যায়। অৰবিন-ওষু ভৃত্য, অবিল ; ' -পংমকলি মই। তােৰ চৰ, কৰা সেবা, সন্মোহনী লই।