পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৃদয়তে পালে লয়
শতুৰুৰ হ’ল ৰঙ্গ আনন্দ মনত!
অন্তৰৰ হাবিয়াস
নহ’ল আমাৰ পূৰ!
এয়েই থাকিলে মাথোঁ দুখ অন্তৰৰ!!


কমতাপুৰ ধ্বংস কাব্য (page 275 crop)
কমতাপুৰ ধ্বংস কাব্য (page 275 crop)