পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


হৃদয়তে পালে লয়
শতুৰুৰ হ’ল ৰঙ্গ আনন্দ মনত!
অন্তৰৰ হাবিয়াস
নহ’ল আমাৰ পূৰ!
এয়েই থাকিলে মাথোঁ দুখ অন্তৰৰ!!


কমতাপুৰ ধ্বংস কাব্য (page 275 crop)